June 24, 2026 7:52 PM
21
জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি
ৰাজ্যত চলিত বৰ্ষত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০লৈ বৃদ্ধি পাইছে। ইপিনে, বর্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্রান্ত ৰোগীৰ সংখ্যা হৈছে ৪২। এই ৰোগত আক্ৰান্ত হৈ কামৰূপ জিলাত তিনিজন, বৰপেটা আৰু লখিমপুৰত দুজনকৈ, কামৰূপ মহানগৰ, কাছাৰ আৰু যোৰহাট জিলাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। তদুপৰি ৰাজ্যত বৰ্তমান একিউট এনকেফেলাইটিছ চিণ্ডমত আক্রান্ত লোকৰ সংখ্যাও ৫১৯লৈ বৃদ্ধি পাইছে। জাপানীজ এনকেফেলাইটিছৰ সংক্রমণ বৃদ্ধিৰ পৰেিপ্ৰক্ষিতত ৰাজ্যৰ স্বাস্থ্য বিভাগে এনে ৰোগীৰ সংখ্য...