June 7, 2026 8:44 PM

views 19

২ জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সন্মিলন

অহা ২ জুলাইত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ভাৰত-জাপান মৈত্রী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনত অংশ লোৱাৰ বাবে জাপানৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্রী ছানায়ে টাকাইচি ১ জুলাইত অসমত উপস্থিত হব। ২ জুলাইত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এই সন্মিলনত অংশ লোৱাৰ বাবে অসমলৈ আহিব। ভাৰতৰ সৈতে জাপানৰ দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেন্দ্ৰীয় মন্ত্রীসভাৰ কেইবাগৰাকীও সদস্য আৰু শীর্ষ বিষয়াসকল উপস্থিত থাকিব। দুয়ো দেশৰ এ...