November 15, 2025 7:15 PM

views 61

সমগ্র ৰাজ্যতে আজি বীৰছা মুণ্ডাৰ জয়ন্তীত জনজাতীয় গৌৰৱ দিৱস পালন

সমগ্র দেশে আজি স্বাধীনতা সংগ্রামী তথা জনজাতীয় নেতা বীৰছা মুণ্ডাৰ জয়ন্তী জনজাতীয় গৌৰৱ দিবস হিচাপে পালন কৰিছে। অসমতো আজি জনজাতি পৰিক্ৰমা বিভাগৰ সৌজন্যত বিভিন্ন জিলাত এই কার্যসূচী অনুষ্ঠিত হয়। গোলাঘাট জিলাৰ পুলিবাগান অঞ্চলৰ মুৰংঘৰত বর্ণাঢ্য কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক শোভাযাত্রাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত বিত্তমন্ত্রী অজন্তা নেওগ উপস্থিত থাকে। কার্বি আংলং জিলা প্রশাসনৰ উদ্যোগত আজি জিলাখনৰ পাৰখোৱা উচ্চতৰ মাধ্যমিক বিদ্যাল...