June 19, 2026 10:51 PM
10
ৰাজ্যৰ বিভিন্ন জিলাত জনকল্যাণ শিবিৰ ২০২৬ আয়োজন
প্ৰশাসনক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জনসাধাৰণক বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা সহজভাৱে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰা, ৰাজহুৱা ওজৰ-আপত্তি সময়মতে নিষ্পত্তি কৰা আৰু বিভিন্ন জনকল্যাণমূলক সেৱা আঁচনি চৰকাৰে গ্ৰহণ কৰিছে। এই উদ্দেশ্যে চৰকাৰে জনকল্যাণ শিবিৰ ২০২৬ বিভিন্ন অঞ্চলত আয়োজন কৰিছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা প্ৰশাসনৰ আটাইকেইটা উন্নয়ন খণ্ডত সুকীয়াকৈ আজিৰে পৰা জনকল্যাণ শিবিৰ ২০২৬ আয়োজন কৰা হৈছে। আজি আৰু কাইলৈ অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূ...