June 8, 2025 12:41 PM

views 42

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক’বলৈ লৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অভিযোগ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ইটোৰ পিছত সিটো নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভিত্তিহীন কথা ক'বলৈ লৈছে বুলি অভিযোগ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী নাড্ডাই কালি এখন দৈনিক বাতৰি কাকতৰ বাবে ৰাহুল গান্ধীয়ে লিখা এটা নিবন্ধৰ জেৰ টানি মহাৰাষ্ট্ৰৰ নিৰ্বাচনক লৈ কংগ্ৰেছ নেতাগৰাকীয়ে মিছা কোৱা বুলি অভিযোগ কৰে। শ্ৰী নাড্ডাই নিৰ্বাচনত পৰাজয়ৰ পাছত আত্ম মন্থনৰ পৰিৱৰ্তে বিচিত্ৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি দাবী কৰে। কোনো ধৰণৰ প্ৰমাণ অবিহনে শ্ৰী গান্ধীয়ে বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিচ্...

February 1, 2025 7:46 PM

views 45

২০২৫ বৰ্ষৰ বাজেটক কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ আদৰণি

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই ২০২৫ বৰ্ষৰ দেশৰ বাজেটক আদৰণি জনাইছে। তেওঁ কৈছে যে এইবাৰৰ বাজেট দেশৰ ১৪০ কোটি জনতাক আশা-আকাংক্ষা আৰু সপোনক বাস্তৱায়িত কৰাৰ ভৱিষ্যদর্শী পৰিকল্পনা। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত তেওঁ কয়, যে চাৰিটা চালিকা শক্তি- কৃষি, অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, বিনিয়োগ আৰু ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি এইবাৰৰ বাজেটত দুখীয়া, যুৱ, কৃষক আৰু নাৰীসকলৰ আশা-আকাংক্ষা পূৰণ কৰাৰ লগতে কোনো ব্যক্তি যাতে প্ৰগতিৰ পথত পিছ পৰি নৰয় সেয়া সুনিশ্চিত কৰা হ'ব। তেওঁ লগত...