June 9, 2026 12:48 PM
31
ইৰান আৰু ইজৰাইলৰ সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বানৰ পাছতে ইৰান আৰু ইজৰাইলে পৰস্পৰৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। অৱশ্যে, ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে ইৰানে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতর্ক কৰি দিছে। ইপিনে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও সকীয়াই দিচ্ছে যে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত থাকিলে বেইৰুটৰ দক্ষিণ প্ৰান্তত থকা হিজবুল্লাহৰ মুখ্য ঘাটিসমূহত ইজৰাইলে পুনৰ আক্ৰমণ চলাব। উল্লেখযোগ্য ...