October 26, 2026 12:00 PM
5
ভাৰতীয় গণনাট্য সংঘই আয়োজন কৰা সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান অহা ৩ নৱেম্বৰত উদযাপন
ভাৰতীয় গণনাট্য সংঘ, আই পি টি এৰ অসম ৰাজ্যিক সমিতিয়ে বছৰজোৰাকৈ আয়োজন কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান অহা ৩ নৱেম্বৰত উদযাপন কৰিবলৈ লোৱা হৈছে। ভাৰতৰত্ন সন্মানেৰে বিভূষিত আই পি টি এৰ প্ৰাক্তন কাণ্ডাৰীগৰাকীৰ জীৱন আৰু কৰ্মৰ স্মৃতিচাৰণৰ উদ্দেশ্যে আয়োজন কৰা এই অনুষ্ঠানটিত গীত-মাতৰ অনুষ্ঠানৰ লগতে স্মাৰক বক্তৃতানুষ্ঠানো সম্পন্ন হ'ব। ৰাজ্যৰ এগৰাকী বিশিষ্ট নিৱন্ধকাৰ ড০ পৰমানন্দ মজুমদাৰে এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব বুলি ভাৰতীয় গণনাট্য সংঘৰ ৰাজ্যিক সমিতিয়ে জ...