July 3, 2026 6:21 PM
11
নতুন দিল্লীত মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ সমাৰোহ
যুৱ পৰিক্ৰমা বিভাগে নতুন দিল্লীত আজি মাই ভাৰতৰ অন্তৰ্গত ঔদ্যোগিক সংস্থাৰ এখন সমাৰোহ অনুষ্ঠিত কৰে। প্রখ্যাত ঔদ্যোগিক সংস্থা বিশেষকৈ ASSOCHAM, FICCI, CAIT আৰু CII আদিয়ে এই সমাৰোহত অংশগ্ৰহণ কৰে। উদ্যোগিক অংশীদাৰিত্ব আৰু ঔদ্যোগিক সংস্থা, কৰ্প'ৰেট গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ অধীনৰ সংস্থাসমূহক মাই ভাৰত পৰিৱেশ তন্ত্ৰৰ সৈতে চিনাকি কৰাই দিয়াই এই সমাৰোহৰ মূল উদ্দেশ্য।এই সমাৰোহৰ জৰিয়তে যুৱ প্ৰজন্মৰ উন্নয়ন আৰু ঔদ্যোগিক পদক্ষেপসমূহত দেশৰ যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা প্রতিফলিত কৰিব বিচৰা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰ...