September 21, 2026 2:46 PM

views 14

এছিয়ান গেমছৰ ১০ মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ভাৰতৰ ৰূপৰ পদক অর্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এছিয়ান গেমছত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল খুটিঙত ভাৰতৰ হিমাংশু ধিলনে ২৫২.৪ পইণ্টেৰে ৰূপৰ পদক আৰু ৰুদ্রাংশ পাটিলে ২৩০.৯ পইণ্টেৰে ব্ৰঞ্জৰ পদক অর্জন কৰিছে। ইয়াৰ পূৰ্বে হিমাংশু ধিলন, পার্থ মানে আৰু ৰুদ্ৰাংশ পাটিলেৰে গঠিত ভাৰতীয় দলটোৱে ১০ মিটাৰ এয়াৰ ৰাইফলছৰ দলীয় শাখাত ৰূপৰ পদক অর্জন কৰে। ইফালে মিক্সড সমৰকলাৰ মহিলাৰ ৬০ কিলোগ্রাম শাখাৰ ছেমি ফাইনেলত ছুচিকা টাৰিৱালে ছিংগাপুৰৰ টিউ হই হানৰ হাতত ০-২ ফলাফলত পৰাজয় বৰণ কৰি ব্ৰঞ্জৰ পদক অর্জন কৰে। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে হি...