December 26, 2025 2:17 PM

views 34

আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ যাত্রী ভাড়াৰ কিছু সংশোধন ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেই যাত্ৰীসকলৰ ব্যয়সাধ্যতা আৰু সেৱাৰ বহনক্ষমতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লক্ষ্যৰে আজিৰেপৰা কাৰ্যকৰী হোৱাকৈ যাত্রী ভাড়াৰ কিছু সংশোধন কৰিছে। সংশোধিত ভাড়াৰ গাঁথনিৰ অধীনত উপকণ্ঠীয় আৰু অন্যান্য দুয়োটা পথকে ধৰি উপকণ্ঠীয় সেৱা আৰু ছিজন টিকটৰ ভাড়াৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাই। আজি বা আগলৈ বুকিং কৰা টিকটতহে এই সংশোধিত ভাড়া প্রযোজ্য হ'ব। অৱশ্যে, নতুন নিৰিখ প্রযোজ্য হোৱাৰ পূৰ্বে কটা (বুক কৰা) টিকটৰ যাত্ৰা পাছলৈ হ'লেও, সেইক্ষেত্ৰত সংশোধিত ভাড়া প্রযোজ্য নহ'ব। সাধাৰণ অ-বাতানুকুল সেৱাৰ, দ্বি...