June 7, 2026 7:54 PM

views 19

২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখলৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ছাফ চেম্পিয়নশ্বিপ প্রতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাডগাঁৱত অনুষ্ঠিত এই প্রতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক ৩-১ গ'লত পৰাস্ত কৰি অভিলেখ সংখ্যকভাবে ষষ্ঠ বাৰৰ বাবে খিতাপ দখল কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বার্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা ফুটবল খেলুৱৈসকলে এই প্রতিযোগিতাত অনন্য কৌশল, নিষ্ঠা তথা একতাৰ মনোভাৱ...