July 23, 2026 12:25 PM

views 27

কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দক বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কালি ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ আপাহতে কানাডাৰ বিদেশ মন্ত্রী অনিতা আনন্দক সাক্ষাৎ কৰে। এই সাক্ষাৎ সন্দর্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত ড০ জয়শংকৰে কয় যে ভাৰত আৰু কানাডাৰ সহযোগিতা ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে। সাক্ষাৎকালত হোৱা আলোচনাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে গঢ় দিয়া সম্পৰ্কৰ আধাৰত লক্ষ্যত উপনীত হোৱা বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা বুলিও তেওঁ প্রকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে নিউজিলেণ্ডৰ বিদেশ মন্ত...