August 5, 2026 12:25 PM

views 37

ভাৰতৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণক গৰিহণা

ভাৰতে দেশৰ পতাকাযুক্ত বাণিজ্যিক জাহাজ এম এছ ভি ফইজ নুৰী অলিয়াৰ ওপৰত কালি য়েমেনৰ উপকূলৰ সমীপত সংঘটিত আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয়, যে জাহাজখনত থকা ১৩ গৰাকী ভাৰতীয় নাগৰিকক সুকলমে উদ্ধাৰ কৰা হৈছে। ৰিয়াধত থকা ভাৰতীয় দূতাবাসে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু জাহাজখনৰ বাকী কৰ্মীসকলৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে য়েমেনৰ কৰ্তৃপক্ষৰ সৈতে তৎপৰতাৰে কাম কৰি আছে বুলি বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে য়েমেনৰ কৰ্তৃপক্ষক তেওঁলোকৰ সহায়ৰ বাবে ধন্য...