July 15, 2026 12:36 PM

views 24

আজিৰে পৰা ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি বলবৎ

ভাৰত আৰু বৃটেইনৰ মাজৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি আজিৰে পৰা বলবৎ হৈছে। একে সময়তে ডাবল কনট্রিবিউচন কনভেনচন হিচাপে উল্লেখ কৰা সামাজিক সুৰক্ষা বিষয়ক চুক্তিখনো কাৰ্যকৰী হৈছে। বৃটেইনত ভাৰতীয় পেছাদাৰীসকলৰ গতিশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতাক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। এই ঐতিহাসিক চুক্তিৰ জৰিয়তে ভাৰতীয় ৰপ্তানিয়ে ব্ৰিটেইনৰ বজাৰত ৯৯ শতাংশ শুল্ক ক্ষেত্ৰত শূন্য শুল্ক প্ৰৱেশৰ সুবিধা লাভ কৰিলে। এই চুক্তিয়ে উভয় দেশৰ কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ সমৃদ্...