July 15, 2026 2:23 PM
4
ভাৰত-ব্রিটেইনৰ বাণিজ্য চুক্তি ভাৰতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মন্ত্ৰী ৰাজনাথ সিঙৰ মন্তব্য
আজিৰেপৰা বলবৎ হোৱা ভাৰত আৰু ব্রিটেইনৰ সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্য চুক্তি ভাৰতৰ অর্থনৈতিক বিকাশ আৰু গোলকীয় অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শ্রী সিঙে কয়, যে নতুন চুক্তিয়ে ৰপ্তানি বৃদ্ধি কৰাৰ লগতে ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত ন ন সুযোগৰ সৃষ্টি কৰিব। ইয়াৰ লগতে ভাৰতীয় উদ্যোগক সহায় আগবঢ়োৱাৰ উপৰি ব্রিটেইনত থকা ভাৰতীয় পেছাদাৰীসকলকো নিয়োগ আৰু বিনিয়োগৰ ক্ষেত্রত সহযোগিতা আগবঢ়াব। প্রধানমন্ত্রী নৰেন...