July 16, 2026 12:29 PM

views 10

ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি, নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা আৰু যোগাযোগ পৰিকাঠামোৰ দ্বাৰা গঢ় লৈ উঠা সহযোগিতাৰ শক্তিশালী গতি ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ বৈঠকে অধিক আগবঢ়াই নিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আস্থা প্ৰকাশ কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ মাজত কালি ব্ৰাছেলছত অনুষ্ঠিত তৃতীয়খন বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক স্বাভাৱিক আত্মীয়তা আছে। ভাৰ...