October 5, 2026 11:01 AM
3
নতুন দিল্লীত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতিৰ দ্বিপাক্ষিক আলোচনা
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পার্মোলিনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শীর্ষ বিষয়া আৰু ব্যৱসায় নেতাসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ সৈতে ৰাষ্ট্রপতি পার্মেলিন তিনিদিনীয়া ভ্রমণসূচীৰে আজি ভাৰতলৈ আহিব। প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি পার্মেলিনে বাণিজ্য আৰু বিনিয়োগ, বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱন, সংস্কৃতি, জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন বিষয়ত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰ...