August 5, 2026 12:32 PM

views 22

শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰতীয় ক্রিকেট দল উপস্থিত

ভাৰতীয় ক্রিকেট দলটো শ্ৰীলংকাৰ বিৰুদ্ধে দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাত ভাগ লোৱাৰ উদ্দেশ্যে দেশখনত উপস্থিত হৈছে। ভাৰতে টেষ্ট শৃংখলাৰ পূৰ্বে অহা ৭ আগষ্টৰ পৰা কলম্বোত এখন চাৰিদিনীয়া প্রস্তুতি খেলত অংশ ল’ব।  শৃংখলাৰ প্ৰথমখন খেল গালে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১৫ৰ পৰা ১৯ আগষ্টলৈ খেলোৱা হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল সিংহলীজ স্পর্টছ ক্লাবৰ খেলপথাৰত ২৩ৰ পৰা ২৭ আগষ্টলৈ খেলোৱা হ'ব। ইংলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাত হোৱা বাওঁ আঁঠুৰ আঘাতৰ সমস্যাৰ পৰা স...