September 19, 2026 9:50 AM

views 2

ভাৰতৰ ছুইডিছ ছেম্বাৰ্ছ অৱ কমাৰ্চৰ ব্যৱসায়িক জলবায়ু সমীক্ষা ২০২৬ত ভাৰতৰ প্রথম স্থান

ভাৰতৰ ছুইডিছ ছেম্বাৰ্ছ অৱ কমাৰ্চৰ শেহতীয়া ব্যৱসায়িক জলবায়ু সমীক্ষা ২০২৬ত ভাৰতে ব্যৱসায়িক জলবায়ুৰ ক্ষেত্ৰত প্রথম স্থান লাভ কৰিছে। ৪০খনতকৈও অধিক গোলকীয় বজাৰক সামৰি কৰা এই সমীক্ষাত ভাৰতে প্ৰথম স্থান লাভ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰতৰ ব্যৱসায়িক জলবায়ুয়ে অশান্তজৰ্জৰ গোলকীয় পৰিস্থিতিৰ মাজতো স্থিতিশীলতা, বৃদ্ধি আৰু ব্যৱসায়ৰ বাবে এটা মান প্রস্তুত কৰিছে। গ্লোবেল বিজনেছ ক্লাইমেট ছার্ভে, ২০২৬ৰ এই সংস্কৰ...