September 17, 2026 12:23 PM

views 1

ভাৰতৰ তথাকথিত পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই

ভাৰতে তথাকথিত পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগৰ অস্তিত্ব নুই কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কালি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় যে, পাকিস্তানৰ অবৈধভাৱে দখল কৰা ভাৰতৰ ভূখণ্ডৰ সৈতে জড়িত কোনো ব্যৱস্থাত চামিল হোৱাৰ অধিকাৰ নাই । তেওঁ কয়, যে এই সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট আৰু অটল। শ্ৰী জয়ছোৱালে কয়, যে নতুন দিল্লী মহলে পাকিস্তান-চীন সীমান্ত যুটীয়া আয়োগক মানি নলয়, কিয়নো ইয়াৰ কোনো বৈধ ভিত্তি নাই। কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অবিচ্ছেদ্...