April 20, 2025 10:14 AM

views 29

ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক ভাৰতৰ তীব্ৰ গৰিহণা

ভাৰতে ইছলামীয় সহযোগিতা সংস্থা মঞ্চৰ অপব্যহাৰ কৰাৰ বাবে পাকিস্তানক তীব্ৰ গৰিহণা দিছে। নতুন দিল্লীত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রিয়ে কয়, যে এনে কৰাটো পাকিস্তানৰ পুৰণি অভ্যাস আৰু নতুন দিল্লী মহলে সময়ে সময়ে ইছলামীয় সহযোগিতা সংস্থাৰ মৈত্ৰী আৰু সহযোগী ৰাষ্ট্ৰসমূহৰ সৈতে বিষয়টো উত্থাপন কৰি আহিছে। তেওঁ কয়, যে পাকিস্তানৰ অভ্যাসজনিত এনে প্ৰচেষ্টাৰ বিষয়ে ভাৰতে নিজৰ মতামত প্ৰকাশ কৰি আহিছে আৰু অ' আই চিৰ সদস্য ৰাষ্ট্ৰসমূহ এই বিষয়ে ভালদৰে অৱগত। ৰাছিয়া, ইউক্রেইন যুদ...

March 14, 2025 7:00 PM

views 23

ৰে’ল অপহৰণ কাণ্ডৰে ভাৰত জড়িত বুলি পাকিস্তানে কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা নতুন দিল্লীৰ

নতুন দিল্লী মহলে ৰে'ল অপহৰণ কাণ্ডৰ সৈতে ভাৰত জড়িত বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভিত্তিহীন বুলি আখ্যা দিছে। পাকিস্তানী পক্ষৰ বিবৃতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি কয়, যে নতুন দিল্লী মহলে পাকিস্তানৰ এই ভিত্তিহীন অভিযোগ স্পষ্ট ভাবে খণ্ডন কৰে। সমগ্ৰ বিশ্বই গোলকীয় সন্ত্ৰসবাদৰ কেন্দ্ৰ ক'ত, এয়া ভালদৰে জানে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী জয়ছোৱালে কয়, যে পাকিস্তানে নিজৰ অভ্যন্তৰীণ সমস্যা আৰু বিফলতাৰ বাবে আনলৈ আঙুলি টোওৱাৰ আৰু আন...