June 24, 2026 2:28 PM
3
ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে
ভাৰতে ৰাষ্ট্ৰসংঘত পাকিস্তানে জম্মু-কাশ্মীৰৰ বিষয় উত্থাপন কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে। ইছলমাবাদ মহলে ৰাষ্ট্ৰসংঘ মঞ্চৰ ৰাজনীতিকৰণ কৰা বুলি অভিযোগ তুলি ভাৰতে কয়, যে পাকিস্তানে সহ-অধ্যক্ষ হিচাপে নিৰপেক্ষ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে পদৰ অপব্যৱহাৰহে কৰিছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্রতিনিধি আছিম ইফটিকাৰে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে সহ-অধ্যক্ষ হিচাপে পাকিস্তানৰ আচৰণৰ সমালোচনা কৰি কয়, যে জম্মু-কাশ্মীৰ সন্দৰ্ভত দেশৰ দীৰ্ঘদিনীয়া স্থিতি দোহাৰে। তেওঁ কয়, যে জম্মু-কাশ্মী...