October 25, 2026 12:18 PM
9
দ্বিতীয়খন টি-২০ খেলত নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ ফলাফলেৰে ভাৰতৰ অগ্রগতি
ভাৰতে কালি ক্রাইষ্টচাৰ্ছৰ হেগলে অ'ভেলত অনুষ্ঠিত দ্বিতীয়খন টি-২০ খেলত ঘৰুৱা দল নিউজিলেণ্ডক ৪ উইকেটত পৰাস্ত কৰি শৃংখলাত ২-০ ফলাফলেৰে অগ্রগতি লাভ কৰে। ভাৰতে ১৮১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এটা বল বাকী থকা অৱস্থাত ৬টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। খেলখনত ভাৰতে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই সংকটত পৰিছিল যদিও তিলক বার্মা, নমন ধীৰ আৰু নীতিশ কুমাৰ ৰেষ্ট্ৰীৰ দর্শনীয় বেটিঙৰ সহায়েৰে বিজয় অর্জন কৰে। নমন ধীৰ ৩১ ৰান কৰি আউট হ'লেও তিলক বার্মাই ৫১ আৰু নীতিশ কুমাৰ ৰেষ্ট্ৰীয়ে ২৬ ৰান কৰি অপৰাজিত ...