July 9, 2026 11:52 AM

views 21

ভাৰত আৰু ম্যানমাৰৰ মাজৰ ২৩ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক সমাপ্ত

নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ম্যানমাৰৰ মাজৰ ২৩ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ কালি সামৰণি পৰে। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দুয়োখন দেশে দ্বিপাক্ষিক নিৰাপত্তা সহযোগিতা আৰু দ্বিপাক্ষিক আলোচনাৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনা কৰে। গৃহ মন্ত্রালয়ে প্রকাশ কৰা মতে দুয়োখন দেশে সন্ত্রাসবাদ, উগ্রবাদ, মাদক দ্রব্য আৰু অস্ত্র শস্ত্ৰ সৰবৰাহ, মানৱ সৰবৰাহ, বন্যপ্রাণী সৰবৰাহ, চাইবাৰ অপৰাধ তথা অন্যান্য সংগঠিত অপৰাধকে ধৰি আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে কাম কৰাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰে। দুয়ো পক্ষই লগতে...