August 3, 2026 1:14 PM

views 2

কমনৱেল্থ গেমছত ভাৰতৰ ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্রঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুর্থ স্থান

গ্লাছগ'ত অনুষ্ঠিত কমনৱেল্থ গেমছত ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্রঞ্জসহ মুঠ ৩৯টা পদক জয়েৰে চতুর্থ স্থান দখল কৰে। কালি প্রতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়াই কমনৱেল্থ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্রতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি ঊষা আৰু গুজৰাটৰ উপ-মুখ্যমন্ত্রী হর্ষ সংঘৱীৰ হাতত অর্পণ কৰে। উল্লেখযোগ্য যে ২০৩০ চনৰ কমনবেল্থ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই কমনৱেল্থ গ...