October 25, 2026 11:42 AM

views 10

বিমান সেৱা বাতিলৰ ফলত প্ৰভাৱিত দেশৰ নাগৰিকসকলক শীঘ্ৰে উভতাই অনাৰ বাবে ভাৰত চৰকাৰৰ নতুনকৈ পৰামৰ্শ জাৰি

নতুন দিল্লী মহলে বিমান সেৱা বাতিল হোৱাৰ ফলত প্ৰভাৱিত ভাৰতীয় নাগৰিকসকলক বিশেষকৈ উমৰা তীর্থযাত্রীসকলক শীঘ্রে উভতাই অনাৰ বাবে নতুনকৈ পৰামৰ্শ জাৰি কৰিছে। ভাৰতে যাত্ৰীসকলক ওভতাই অনাত সহায় কৰাৰ বাবে ছৌদি আৰৱৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। য়েমনত হুটি বিদ্রোহীয়ে অসামৰিক এলেকাক লক্ষ্য কৰি ড্রোন আৰু মিছাইলেৰে কৰা আক্ৰমণৰ ফলত অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে। জেদ্দাস্থিত বাণিজ্যিক দূতাবাসে প্ৰকাশ কৰা মতে, মক্কা আৰু জেদ্দাত স্থাপন কৰা নিয়ন্ত্রণ কক্ষৰ জৰিয়তে প্ৰভাৱিত ভাৰতীয় লোকসকলক অর্হনিশে সহায় আগবঢ়...