September 7, 2026 8:19 PM
2
নতুন দিল্লীত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ সম্পর্ক সন্দৰ্ভত বিতং আলোচনা
কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত আন্তৰাষ্ট্ৰীয় মুদ্রা নিধি-আই এম এফৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লার্কক সাক্ষাৎ কৰে। বিত্ত মন্ত্রালয়ে জনোৱা মতে এই বৈঠকত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ সম্পর্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ভাৰতে আই এম এফৰ দক্ষিণ এছিয়া আঞ্চলিক প্রশিক্ষণ আৰু কাৰিকৰী সহায়তা কেন্দ্রক আগবঢ়োৱা সহযোগিতাক উপ পৰিচালন সঞ্চালকগৰাকীয়ে প্ৰশংসা কৰে। দুয়োপক্ষই অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লগতে সুস্থ অর্থনৈতিক নীতি সমর্থন কৰা আৰু আঞ্চলিক তথা বিশ্ব অর্থনীতিৰ...