October 2, 2026 11:02 AM
4
ভাৰত আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৭হাজাৰ কোটি ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নির্ধাৰণ
অহা পাঁচ বছৰৰ ভিতৰত ভাৰত আৰু কানাডাৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৰ্তমানৰ প্রায় ৩০ বিলিয়ন ডলাৰৰ পৰা ৭০ বিলিয়ন ডলাৰলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্রী মনিন্দৰ সিধুৱে প্ৰকাশ কৰা অনুসৰি, দুয়োখন দেশে বিস্তৃত বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ দিশে খৰতকীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিছে। অহা সোমবাৰৰ পৰা ওটাৱাত এই দ্বিপাক্ষিক আলোচনাৰ পঞ্চমটো পর্যায় অনুষ্ঠিত হ'ব। বাণিজ্য মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে যে শক্তি, অর্থনৈতিক দিশৰপৰা গুৰুত্বপূৰ্ণ খনিজ পদার্থ আৰু বিমান আকাশ ক্ষেত্ৰত দ...