July 16, 2026 12:24 PM

views 20

ভাৰত আৰু বেলজিয়ামৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ

ভাৰত আৰু বেলজিয়ামে বাণিজ্য আৰু বিনিয়োগ, সেউজ শক্তি ৰূপান্তৰ, উদ্ভাৱন আৰু প্ৰযুক্তি, যোগাযোগ, প্ৰতিৰক্ষা, নিৰাপত্তা, আঞ্চলিক আৰু গোলকীয় বিষয়ৰ লগতে দুয়ো দেশৰ জনসাধাৰণৰ মাজত বিনিময়কে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু বেলজিয়ামৰ কৌশলগত আলোচনা প্রক্রিয়া কালি ব্ৰাচেলছত অনুষ্ঠিত প্রশাসন বৈঠকত অধিক গাঁথনিগত আৰু সৰ্বাত্মক অংশীদাৰিত্ব মাধ্যমেৰে দ্বিপাক্ষিক সম্পৰ্কৰ সবলীকৰণত গুৰুত্ব আৰোপ কৰা হয়। এই আলোচনাৰ উদ্বোধনী সত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জ...