July 28, 2026 11:27 AM

views 19

পর্যটন মন্ত্র্যালয়ে ইনক্রিডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পর্যটনৰ স্থান হিচাপে প্ৰচাৰৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে

পর্যটন মন্ত্রালয়ে প্রতিষ্ঠিত ব্রেণ্ড ইনক্রিডিবল ইণ্ডিয়াৰ অধীনত ভাৰতক বিশ্বব্যাপী পৰ্যটনৰ বাবে উৎকৃষ্ট স্থান হিচাপে প্ৰচাৰৰ বাবে এয়াৰ ইণ্ডিয়াৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱতৰ উপস্থিতিত নতুন দিল্লীত কালি এই চুক্তি স্বাক্ষৰিত হয়। সামাজিক মাধ্যমৰ এটা বার্তাত সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাটে কয় যে এই অংশীদাৰিত্বই এয়াৰ ইণ্ডিয়াৰ বিস্তৃত গ্ল'বেল নেটৱৰ্ক আৰু ভাৰতৰ বৈচিত্রময় পর্যটন প্ৰস্তাৱৰ সহায় লৈ গুৰুত্বপূৰ্ণ আন্ত...