November 23, 2025 6:59 PM

views 58

কথাশিল্পী ইমৰাণ শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন উপলক্ষে শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠান

বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ৯৩ সংখ্যক ওপজা দিন উপলক্ষে সাহিত্যিকগৰাকীৰ শিৱসাগৰৰ বাসগৃহত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯২৩ চনৰ আজিৰ দিনটোতে শিৱসাগৰৰ ধাইআলিত সাহিত্যিকগৰাকীয়ে জন্মগ্ৰহণ কৰিছিল। আজি ওপজা দিন উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁক ফুলাম গামোছা, ফুলৰ থোপা আৰু কিতাপৰ টোপোলাৰে শুভেচ্ছা জ্ঞাপন কৰে। এই অনুষ্ঠানতে ইমৰাণ শ্বাহ ৰচনাৱলীৰ চতুৰ্থ আৰু পঞ্চম খণ্ড উন্মোচন কৰা হয়। অনুষ্ঠানত শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মহাদেৱ পাটগিৰি, জগন্নাথ বৰুৱা বিশ্ববিদ্...

October 20, 2024 7:40 PM

views 35

কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰাণ শ্বাহলৈ চলিত বৰ্ষৰ মোজাম্মিল হক স্মাৰক মাতৃভাষা বঁটা আগবঢ়োৱা হৈছে। শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে এই বঁটাৰ সূচনা কৰা হৈছে। দৰং জিলাৰ এটা প্ৰতিনিধি দলে কথাশিল্পী গৰাকীক আজি শিৱসাগৰত থকা তেওঁৰ বাসগৃহত আনুষ্ঠানিকভাৱে বঁটাটো প্ৰদান কৰে। বঁটাত এখন অংগবস্তু, এটা জাপি, এটা স্মাৰক, এখন অভিনন্দন পত্ৰ আৰু এখন শৰাইৰ লগতে নগ...

October 20, 2024 12:13 PM

views 59

বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহলৈ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মাতৃভাষা বঁটা ২০২৪

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহক আজি মাতৃভাষা বঁটা ২০২৪ প্ৰদান কৰা হ'ব। শিৱসাগৰ নগৰৰ সমীপৰ ধাইআলিত থকা ইমৰান শ্বাহৰ বাসগৃহত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰিব। যোৱা ৬ অক্টোবৰত মঙলদৈত অনুষ্ঠিত শ্বহীদ মোজাম্মিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতিৰ উদ্যোগত সফলতাৰে অনুষ্ঠিত হৈ যোৱা সপ্তদশ কেন্দ্ৰীয় মাতৃভাষা দিৱসত লোৱা সিদ্ধান্তমর্মে ইমৰান শ্বাহক এই বঁটা প্ৰদান কৰা হ'ব বুলি অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে জানিবলৈ দি...

May 11, 2024 6:24 PM

views 55

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি-লিট উপাধি প্ৰদান

বিশিষ্ট সাহিত্যিক ইমৰাণ শ্বাহক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি-লিট উপাধি প্ৰদান কৰিছে। আজি সাহিত্যিক গৰাকীৰ শিৱসাগৰৰ ধাইআলিত থকা বাসগৃহত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই আয়োজন কৰা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক এই সন্মান প্ৰদান কৰা হয়। সন্মানীয় উপাধিটো গ্ৰহণ কৰি পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিকগৰাকীক বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি কয় যে, অসমীয়া সাহিত্যৰ সম্প্ৰতি ভাল দিন চলি আছে। অসমীয়া সাহিত্য বৰ্তমান বিশ্ব স্তৰতো পৰিচিত উল্লেখয...