September 11, 2026 10:34 AM

views 2

ভাৰত গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি : আই এম এফ

চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রিমাসিকত ভাৰতীয় অর্থব্যৱস্থাৰ বিকাশ হাৰ ৭.৮ শতাংশ হোৱাৰ পাছত আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি-আই এম এফে ভাৰতক গোলকীয় বিকাশৰ অন্যতম চালিকাশক্তি বুলি অভিহিত কৰিছে। আই এম এফৰ যোগাযোগ বিভাগৰ সঞ্চালক জুলি ক'জেকে ইন্ধনৰ মূল্য আকস্মিক বৃদ্ধি সত্বেও সেবা আৰু ৰপ্তানি খণ্ডৰ প্ৰদৰ্শনৰ বলত ভাৰতৰ বিকাশ হাৰ আশা কৰাতকৈ অধিক হোৱা বুলি প্রকাশ কৰিছে। ভাৰতৰ বিকাশৰ শেহতীয়া তথ্য, স্কুল অর্থনৈতিক তথ্য আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত এখন আগশাৰীৰ তেল আমদানিকাৰী ৰাষ্ট্ৰৰ ওপৰত পৰিব পৰা প্ৰভাৱ সম্...