November 12, 2026 1:36 PM

views 6

কংগোত ইব’লাত আক্রান্ত ৰোগীৰ সংখ্যাই ১১ হাজাৰ অতিক্ৰম

কংগোৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি কংগোত ইব’লাত আক্ৰান্ত ৰোগীৰ সংখ্যাই ১১ হাজাৰ অতিক্ৰম কৰিছে আৰু এই পর্যন্ত এই ৰোগত ৫ হাজাৰ ৩৮৭ জন লোকৰ মৃত্যু হৈছে। তথ্য অনুসৰি দেশখনত এই পর্যন্ত মুঠ ১১ হাজাৰ ৪২ জন লোক ইব'লাত আক্ৰান্ত হৈছে। দেশখনত মাৰাত্মক ৰূপত প্ৰাদুৰ্ভাৱ ঘটা এই ৰোগত আক্ৰান্ত ৰোগীসকলৰ ভিতৰত প্ৰায় আধা সংখ্যকে প্ৰাণ হেৰুৱাৰ খবৰ আহিছে। বিগত মে'ৰ মাজভাগত সংক্রমণ হিচাপে ঘোষণা কৰা এই ৰোগৰ বীজাণু কংগোৰ ২৬খন প্ৰদেশৰ ভিতৰত ৮ খনত বিয়পি পৰিছে। সশস্ত্র সংঘাত, দুর্বল স্বাস্থ্যসেৱা ব্যৱস্থা, পথ সংযোগ...