August 13, 2026 8:27 PM

views 19

ৰাজ্যত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্রস্তুতি

কোকৰাঝাৰ জিলাত আজি জিলা প্ৰশাসনৰ উদ্যোগত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে বিশেষ প্রস্তুতি চলোৱা হয়। অহা ১৫ আগষ্টত হ'বলগীয়া পেৰেডৰ বাবে আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ শিক্ষার্থীসকলে চূড়ান্ত অনুশীলন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এই অনুশীলন চলোৱা হয়। ধেমাজি জিলাতো জিলা প্রশাসনে সমাগত স্বাধীনতা দিৱস উদযাপনৰ বাবে ব্যাহক প্রস্তুতি চলাই আছে। ইতিমধ্যে যোৱা ৮ আগষ্টৰ পৰা জিলাখনৰ কাছাৰী মৈদাম খেলপথাৰত স্বাধীনতা দিৱসৰ কুচ-কাৱাজৰ অনু...