July 12, 2026 11:41 AM

views 28

ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে

ইৰাণৰ সামৰিক বাহিনী আই আৰ জি চিয়ে ছাইপাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। আমেৰিকাৰ সেনা বাহিনীয়ে প্ৰকাশ কৰিছে, যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ নিৰ্দেশ মর্মে এই আক্রমণ চলোৱা হৈছে। আমেৰিকাই প্ৰকাশ কৰা মতে, ইৰাণে বাণিজ্যিক জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ পাছৰে পৰা চালক দলৰ এগৰাকী সদস্য সন্ধানহীন হৈ আছে আৰু জাহাজখনত হোৱা অগ্নিকাণ্ডৰ ফলত ভালেখিনি ক্ষতি হৈছে। ইপিনে, ইৰাণে পৰৱৰ্তী জাননী জাৰি নকৰা পর্যন্ত হৰমুজ প্রণালী বন্ধ কৰিছে। ইৰাণৰ নৌসে...

June 15, 2026 12:33 PM

views 35

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰানে ১০৭ দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্রণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয়, যে এই চুক্তিৰ লগে লগে ইৰানৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা ১৯ জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্রণালী মুকলি কৰা হ'ব বুলি ট্রাম্পে প্ৰকাশ কৰিছে। তেওঁ কয়, যে এই চুক্তিয়ে সমগ্র মধ্যপ্রাচ...