July 30, 2025 8:21 PM

views 24

ছামিউল হকৰ মৃত্যু সন্দৰ্ভত অভিনেত্রী নন্দিনী কাশ্যপক আজি আৰক্ষীৰ গ্ৰেপ্তাৰ

গুৱাহাটীৰ ওদালবাক্ৰাত সংঘটিত পথ দুৰ্ঘটনাত ছামিউল হক নামৰ ছাত্ৰজনৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত অভিনেত্রী নন্দিনী কাশ্যপক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আজি পাণবজাৰত অনুষ্ঠিত এখন সংবাদমেলত উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই অভিযুক্ত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে সদৰি কৰে। তেওঁ পথ দুৰ্ঘটনাটোৰ সন্দৰ্ভত দিছপুৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ ১১৫(২)/১২৫(বি) আৰু ২৮১ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছিল বুলি জানিবলৈ দিয়ে। এই গোচৰৰ ধাৰাসমূহ জামিনযোগ্য আছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰগৰাকীৰ মৃত্যুৰ...