July 27, 2026 10:18 AM

views 15

পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে বিশেষ ক্ষমতা সম্পন্ন কার্যবাহিনী গঠনৰ কথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঘোষণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা বিশেষ ক্ষমতা সম্পন্ন কার্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্রযুক্তি বিশেষজ্ঞ নন্দন নীলেকানিয়ে এই কার্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বার্তাত প্রধানমন্ত্রী মোদীয়ে কয়, যে এই কার্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাস যোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বু...