September 9, 2024 6:03 PM

views 55

নতুন দিল্লীত ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ ২০২২-২৩ৰ বাৰ্ষিক প্ৰতিবেদন মুকলি

কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্রই আজি নতুন দিল্লীত ভাৰতৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদ ২০২২-২৩ৰ বাৰ্ষিক প্ৰতিবেদন মুকলি কৰে। এই প্ৰতিবেদনখনে প্রতি বছৰৰ ৩১ মাৰ্চলৈকে দেশৰ স্বাস্থ্য আন্তঃগাঁথনি আৰু মানৱ সম্পদৰ বিস্তৃত তথ্য প্ৰকাশ কৰে। তথ্যসমূহে সমগ্ৰ দেশৰ স্বাস্থ্য আন্তঃগাঁথনিৰ ফলপ্রসূ পৰিকল্পনা, নিৰীক্ষণ আৰু পৰিচালনাৰ বিষয়ে প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত এই তথ্যসমূহ স্বাস্থ্যখণ্ডৰ অংশীদাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ । প্রতিবেদন মুকলি শ্রী চন্দ্ৰই কয় যে, এইখনেই হৈছে স্বাস্থ্যসেৱাৰ জনশক্তি আৰু...

May 31, 2024 8:18 PM

views 63

ধঁপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনেঃ কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰা

♦ কেন্দ্রীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই ধঁপাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শ্ৰী চন্দ্ৰাই ভাৰতত ধঁপাত সেৱনৰ ফলত হোৱা বিভিন্ন ৰোগৰ ফলত বছৰি ১৩ লাখ লোক মৃত্যু মুখত পৰে বুলি প্ৰকাশ কৰে । ধঁপাত সেৱনৰ ফলত দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থাত আর্থিক উন্নয়নত বাধাৰ সৃষ্টি কৰে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, চৰকাৰে দেশত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আ...