October 6, 2026 5:39 PM

views 4

ভাৰতীয় মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰৰ ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি

ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰে ক্ৰিকেটৰ তিনিও প্ৰকাৰ খেলৰ পৰা অব্যাহতি লৈছে। গুৱাহাটীত অনুষ্ঠিত বি চি চি আইৰ পৰ্যৱেক্ষণ বৈঠকত পাছতে ৩৭ বছৰীয়া খেলুৱৈগৰাকীয়ে এই ঘোষণা কৰে। হৰমনপ্রীত কৌৰে যোৱা বছৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এদিনীয়া মহিলা বিশ্বকাপ প্রতিযোগিতাৰ খিতাপ লাভ কৰা ভাৰতীয় দলটোক নেতৃত্ব দিছিল। শ্ৰীমতী কৌৰে ভাৰতক পাঁচখন টেষ্ট, ৫১ খন আন্তর্জাতিক এদিনীয়া আৰু ১৫৫ খন আন্তর্জাতিক টি-২০ খেলত নেতৃত্ব দিছিল। তেওঁ ২০১৬ চনৰ পৰা টি-২০ দলক নেতৃত্ব দিয়াৰ পাছত ২০২২ চনত এদিনীয়া দলৰ অধিন...

October 18, 2024 8:15 PM

views 39

নিউজিলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ভাৰতৰ মহিলা ক্রিকেট দলৰ অধিনায়ক হৰমনপ্রীত কৌৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাৰ বাবে হৰমনপ্রীত কৌৰক ভাৰত মহিলা ক্রিকেট দলৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছে। আনহাতে চলিত মাহৰ ২৪ তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাৰ বাবে চাৰিগৰাকী বিশেষ খেলুৱৈক বাছনি কৰা হৈছে। টি-২০ বিশ্বকাপৰ পৰা ভাৰতীয় দলটো আগতীয়াকৈ বাহিৰ হোৱাৰ পাছতে মহিলা ক্রিকেট দলৰ প্ৰদৰ্শনৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা হৈছিল। নির্বাচকসকলে হৰমনপ্রীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে সফলতা অৰ্জন কৰিব বুলি আশা কৰিছে।