June 23, 2025 8:19 PM

views 37

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিতঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ আন্তৰাষ্ট্ৰীয় সমুদায়ক আহ্বান জনাইছে। আয়াৰলেণ্ডৰ কৰ্কৰ আহাকিস্তাত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণৰ ঘটনাৰ চাৰিটা দশক পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীপুৰীয়ে কয় যে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিত। শ্ৰীপুৰীয়ে কয যে, এয়া কেৱল এটা দুৰ্ঘটনা নহয় বৰং ভাৰতক পৃথক কৰাৰ বাবে ইচ্ছাকৃতভাৱে কৰা এটা অ...

February 12, 2025 8:40 PM

views 43

নতুন দিল্লীত ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীত হৰদীপ সিং পুৰীৰ অংশগ্ৰহণ

২০৫০ চনৰ ভিতৰত বিশ্বজনিন শক্তি চাহিদা ক্ষেত্ৰত ভাৰতৰ অংশ দুগুণলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত শক্তি ব্যৱসায়ত ভাৰতৰ কৌশলগত প্ৰভাৱ প্ৰতিপন্ন হৈছে বুলি পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰত বিশ্ব শক্তি বজাৰৰ কেন্দ্ৰস্বৰূপ আৰু বিশ্বৰ মুঠ জনসংখ্যাৰ ১৭ শতাংশৰে তৃতীয় সৰ্ববৃহৎ তেল ব্যৱহ দিয়াটো জৰুৰী বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে । নতুন দিল্লীত চলি থকা ভাৰতীয় শক্তি সপ্তাহ কাৰ্যসূচীৰ অংশ হিচাপে আজি এলানি বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ...