August 14, 2026 11:59 AM

views 36

ৰাজ্যৰ প্ৰতিখন জিলাতে ৰূপায়ণ হৰ ঘৰ তিৰংগা অভিযান; গুৱাহাটীত আজি সন্ধিয়া মুখ্যমন্ত্ৰীৰ হৰ ঘৰ তিৰংগা যাত্ৰাত অংশগ্রহণ

ৰাজ্যৰ প্ৰতিখন জিলাতে জনসাধাৰণক দেশাত্মবোধৰ চেতনাৰে উজ্জীৱিত কৰিবলৈ হৰ ঘৰ তিৰংগা অভিযান পূর্ণগতিত ৰূপায়ণ কৰা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা খানাপাৰালৈ আজি বিয়লি ৫ বজাত হ'বলগীয়া হৰ ঘৰ তিৰংগা যাত্ৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অংশগ্ৰহণ কৰিব। আনহাতে, ডিব্ৰুগড়ৰ টেঙাখাটত কালি অনুষ্ঠিত তিৰংগা যাত্ৰাত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহণ কৰে। এই যাত্ৰ...