June 4, 2025 11:39 AM

views 35

আজিৰে পৰা পাঁচদিনীয়া হজ যাত্ৰা

আজিৰে পৰা পাঁচদিনীয়া হজ যাত্ৰা আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ মুছলমান সম্প্ৰদায়ৰ লোকে আজি পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনা চহৰলৈ যাত্ৰা কৰিছে। মিনাত তেওঁলোকে ৰাতিটো কটাব আৰু কাইলৈ পুৱাই হজৰ প্ৰাৰ্থনাৰ বাবে আৰাফৎ সমতল ভূমিলৈ যাব।