September 24, 2026 1:11 PM
10
ৰাজ্যত ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণৰ আগজাননী ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পশ্চিম-মধ্য আৰু ইয়াৰ গাতে লাগি থকা উত্তৰ-পশ্চিম বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱত অসমৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ লগতে ঠাই বিশেষ বিজুলী-ঢেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি সকীয়াই দিছে। বিভাগে পূব কাৰ্বি আংলং আৰু ডিমা হাচাওৰ কোনো কোনো ঠাইত প্ৰৱল বৰষুণ হ'ব পাৰে বুলিও বিভাগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকণিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপম...