September 23, 2026 7:28 PM
11
সমগ্র শিক্ষা অসমৰ সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিন সলনি
সমগ্র শিক্ষা অসমে সপ্তম পৰ্যায়ৰ গুণোৎসৱৰ দিনৰ সাল সলনি ঘটাইছে। সমগ্র শিক্ষাই নতুনকৈ জাৰি কৰা নিৰ্দেশ অনুসৰি ২০২৭ চনৰ ১৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ৩ টা পর্যায়ত ৩৫ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব। পূর্বে ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ দিন ধার্য কৰা হৈছিল। বর্তমান সংশোধিত সময়সূচী অনুসৰি ১৯ ৰ পৰা ২২ জানুৱাৰীলৈ প্ৰথম পর্যায়ত ১১ খন জিলাত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ উপৰি ২৫ আৰু ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ ১৩ খন জিলাত দ্বিতীয় পর্যায়ত আৰু ২ ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ১১ খন জিলাত তৃতীয় পর্যায়ত গুণোৎসৱ অ...