October 7, 2026 11:59 AM

views 5

মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ মানস ৰঞ্জন পাঠকক গুজৰাট উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ ন্যায় বিভাগে যোৱা সোমবাৰে জাৰি কৰা অধিসূচনা অনুসৰি ভাৰতীয় সংবিধানৰ ২২৩ নম্বৰ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ পাঠকক এই দায়িত্ব প্ৰদান কৰে। গুজৰাট উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ মুখ্য ন্যায়াধীশ সুনীতা আগৰৱালক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰাৰ পাছতেই ন্যায়াধীশ পাঠকক এই নিযুক্তি দিয়া হয়। গুৱাহাটীত জন্মগ্ৰহণ কৰ...