September 5, 2026 10:16 AM

views 19

গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল ২০২৬

গুজৰাটত আজিৰে পৰা বিশ্ব আৰ্চাৰী পেৰা শৃংখল ২০২৬ অনুষ্ঠিত হ'ব। এই শৃংখলত ১৯ খন দেশৰ ১০৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰতত প্ৰথমবাৰৰ বাবে বিশ্ব আৰ্চাৰী পেৰা শৃংখল অনুষ্ঠিত হৈছে। আহমেদাবাদৰ সাবৰমতি ৰিভাৰ ফ্ৰণ্টত অনুষ্ঠিত এই শৃংখলৰ তৃতীয় পৰ্যায় ৯ ছেপ্তেম্বৰত সামৰণি পৰিব । কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে যোৱা সন্ধিয়া ভার্চুৱেলি এই শৃংখল উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্রী শ্বাহে কয়, যে ভাৰত বৰ্তমান বিশ্ব ক্রীড়াৰ কেন্দ্ৰ হোৱাৰ দিশে আগবাঢ়িছে। তেওঁ কয়, যে অনাগত সময...