November 1, 2025 12:28 PM

views 40

সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত ভাৰতে তিনিটাকৈ গীনিজ বুকত বিশ্ব অভিলেষ গঢ়িবলৈ সমর্থ

ভাৰতে সুস্থ নাৰী, সৱল পৰিয়াল অভিযানৰ অধীনত তিনিটাকৈ গীনিজ বুকত বিশ্ব অভিলেষ গঢ়িবলৈ সমর্থ হৈছে। ১৭ ছেপ্তেম্বৰৰ পৰা দুই অক্টোবৰলৈ অনুষ্ঠিত এই কার্যসূচীত যথেষ্ট সংখ্যক লোকে অংশগ্রহণ কৰে। এই পদক্ষেপৰ অধীনত কেৱল এমাহত এটা স্বাস্থ্য সেৱা প্লেটফর্মত সর্বাধিক সংখ্যক লোকে পঞ্জীয়ন কৰাৰ অভিলেষ গঢ়ে। তদুপৰি এসপ্তাহত স্তনৰ কৰ্কট ৰোগৰ অনলাইন পৰীক্ষাত সর্বাধিক সংখ্যক লোকে স্বাক্ষৰ কৰাৰ অভিলেষ গঢ়ে। উল্লেখযোগ্য যে, এই অভিযানৰ অধীনত ৯ লাখ ৯৪ হাজাৰৰো অধিক মহিলাই অনলাইন পৰীক্ষাৰ বাবে স্বাক্ষৰ কৰে। তদুপৰি ৰাজ্যিক পর্...