October 17, 2026 11:26 AM
17
বিশ্বৰ শীৰ্ষ দুই শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছগৰাকী অধ্যাপকৰ স্থান লাভ
বিশ্বৰ শীৰ্ষ দুই শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছগৰাকী অধ্যাপকে গৱেষণামূলক সাফল্যৰ জৰিয়তে স্থান লাভ কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। শেহতীয়াকৈ বিশ্বৰ অন্যতম প্রসিদ্ধ আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয় আৰু নেডাৰলেণ্ডছৰ গৱেষণা প্রতিষ্ঠান এলছেভিয়াৰৰ উদ্যোগত প্ৰকাশিত চলিত বৰ্ষৰ তালিকাত এই ছগৰাকী অধ্যাপকৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক হৈছে বিশিষ্ট জলবায়ুবিদ তথা অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচনৰ সন্মানীয় প্রধানমন্ত্রী অধ্যাপন...