July 16, 2026 11:51 AM

views 1

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক ভৱনত থকা অস্থায়ী কাৰ্যালয় পৰিদৰ্শন কৰে আৰু চাবুৱাৰ পানীএৰা গাঁৱত হৈ থকা নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত হোৱা আলোচনাত বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰাজ্যপালগৰাকীক বিশ্ববিদ্যালয়খনে সন্মীখন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নির্মাণকার্য যথাসম্ভৱ শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিয়ে। বিশ্ববিদ্যালয়খনে সন্মুখীন হোৱা সমস্যাসমূ...