June 17, 2026 10:47 PM

views 16

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী অশোক সিংঘালে আজি মন্ত্রিত্ব গ্রহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়কনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন আৰু চিকিৎ‍সাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়। শ্রীসিংঘালে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰববী অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে পর্যালোচনামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলক জনসেৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়। মন্ত্...